FB.AppEvents.logPageView();

Popular Posts

Saturday, 20 July 2019

তিয়হঁৰ গুণাগুন



তিয়হঁৰ ৰস ঘঁহিলে  বন্ধ কোষবোৰ  মুকলি হয় । নিয়মীয়াকৈ তিয়হঁৰ ৰস ঘহিঁব ।

সংক্ৰমণ দূৰ কৰিবলৈ ফুলি উঠা কোনো অংশত পিয়াজৰ ৰস লগালে উপকাৰী । তেনেদৰে ব্ৰণ হোৱা ঠাইত পিয়াজৰ ৰস , নেমুৰ  ৰস আৰু মৌ মিহলাই লগালেও  ব্ৰণ উঠি যায় ।

জাই ফলৰ গুৰিৰ লগত ডালচেনিৰ গুৰি আৰু মৌ মিহলাই ব্ৰণৰ ওপৰত লগাই ২০ মিনিটৰ পাছত ধুই দিব । 

No comments:

Post a Comment