FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

যম লাখুটিৰ ঔষধি গুণ


যম লাখুটি (costus speciosus )

ঔষধি গুণসমূহ

(১)ইয়াৰ শিপা সাৰ বেমাৰ বা কামলা (jaundice) , মূত্ৰঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। 

(২) আঘাত লাগি কোনো অংশ ফুলি উঠিলে বা ঘা লাগি পুঁজ-পানী ওলালে যম লাখুটিৰ প্ৰলেপ দিব লাগে ।

No comments:

Post a Comment