FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

টেঙামৰাৰ ঔষধি গুণ

টেঙামৰা

টেঙামৰা
টেঙামৰা
টেঙামৰা (Hibiscus sabdarif)
টেঙামৰা এবিধ জোপোহা জাতীয় গছ। গছজোপা প্ৰায় ৫/৬ ফুট ওখ হয়।
ঔষধি গুণঃ
(১) টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন কৰাত সহায় কৰে।
(২) টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে। 
(৩) টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে। 
(৪) টেঙামৰা শাক নিয়মীয়াকৈ খালে স্নায়ু সবল হয়, দৃষ্টিশক্তি বাঢ়ে, হৃদৰোগ প্ৰতিৰোধ কৰে ,গাৰ ছাল নিমজ হয়।

No comments:

Post a Comment