FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

বুধিয়ক বীৰবলৰ দুটামান উক্তি



১)আমাৰ চকু দুটা দুজন চুবুৰীয়া। কিন্তু  ইজনে সিজনক দেখাৰ সৌভাগ্য নহয়  কেতিয়াও।

২)সচাঁ আৰু মিছাৰ মাজৰ দূৰত্ব মাথোঁ চাৰি আঙুল। কাণ আৰু চকুৰ মাজৰ দূৰত্বই সচাঁ আৰু মিছাৰ মাজৰ দূৰত্ব। আমি চকুৰে দেখাটো সদায় সঁচা কিন্তু কাণেৰে শুনা কথা সদায় সঁচা নহবও পাৰে।

No comments:

Post a Comment