FB.AppEvents.logPageView();

Popular Posts

Monday, 10 June 2019

কল পচলাৰ উপকাৰিতা

ভীমকলৰ পচলা বিভিন্ন ব্যঞ্জন হিচাবে সেৱন কৰা হয়। পচলা আৰু বুটৰ ভাজি, পচলাৰ লগত মুৰ্গী মাংস,মচুৰ দাইলৰ লগত পচলাৰ আঞ্জাখন সোৱাদেৰে ভৰা। আমাৰ গাঁওৰ ভোজবোৰত প্ৰায়ে বনোৱা এখন বিশেষ ভাজি হৈছে বেঙেনা ,আলু, জলকীয়া দি বনোৱা পচলাৰ জ্বলা ভাজিখন । পচলা ইউৰিক এচিড, কিডনী ষ্টন, প্ৰসাৱ জনিত বিভিন্ন সমস্যা, কৌষ্ঠ কাঠিন্য, ডায়েবেটিছ আৰু বহুতো ৰোগত উপকাৰী। কল পচলা আহজাতীয় পাচলি (high fiber )। উচ্চ ৰক্তচাপ, কলেষ্টৰল সমস্যা , মেদবহুলতা আদিতো কল পচলা উপকাৰী।

No comments:

Post a Comment