FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

নেফাফু গছৰ ঔষধি গুণ


নেফাফু

  1. কুমলীয়া আগ চাৰিটা চাৰি ফোটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত সপ্তাহত মাত্ৰ দুদিনকৈ খাব লাগে। এনে কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়। বেছিকৈ খালে নিম্ন ৰক্তচাপ হ’ব পাৰে। আগ নাপালে দুখিলা কুমলীয়া পাত এনেদৰে খালেও হয়।
  2. প্ৰসৱ হোৱাৰ পাছত মাতৃয়ে নেফাফু পাত ভাজি ভাতৰ লগত খালে গা সোনকালে ভাল হয়।
  3. উচ্চ ৰক্তচাপ বাঢ়ি থাকিলে পাতৰ কেঁচা ৰস খালে লগে লগে কমি যায়।

No comments:

Post a Comment