FB.AppEvents.logPageView();

Popular Posts

Monday, 24 June 2019

ৰবাব টেঙাৰ ঔষধি গুণ


*ৰবাব টেঙা উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চৰ্বত বনাই খালে উপকাৰ পাব।

*দৃষ্টিশক্তি বৃদ্ধিতো ৰবাব টেঙাই সহায় কৰে।

*জণ্ডিছ ৰোগীৰ বাবে ৰবাব টেঙা মহৌষধ।

*ৰবাব টেঙা খালে ঘামচি কমে।

*পানী লগা ৰোগত ৰবাব টেঙা নিমখ, মিঠাতেল আৰু জলকীয়াৰে খালে ৰোগ সোনকালে নিৰাময় হয়।

*ৰবাব টেঙা নিয়মিত ৰূপে খালে গাৰ ছাল নিমজ হয়।

জনশ্ৰুতি মতে, ৰবাব টেঙা গছৰ বতাহে শৰীৰৰ ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে।

লেখিকা: ললিতা শৰ্মা লহকৰ (অসম বাণী)

No comments:

Post a Comment