FB.AppEvents.logPageView();

Popular Posts

Monday, 10 June 2019

ছয়গাঁৱৰ আচলপাৰাৰ ঘটনা সন্দৰ্ভত নিজা ষ্টাইলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শিলাদিত্য দেৱে

ছয়গাঁৱৰ আচলপাৰাৰ ঘটনা সন্দৰ্ভত নিজা ষ্টাইলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক শিলাদিত্য দেৱে। বিধায়কজনৰ মতে, নামনি আৰু মধ্য অসমত আৰম্ভ হ’ল, এইবাৰ এইসকল লোকৰ টাৰ্গেট উজনি অসম। লাভ জেহাদৰ প্ৰসংগত টানি বিধায়কজনে ক’লে- আমাৰ বহুত ছোৱালী এইসকলে লৈ গ’ল। এতিয়া আমাক আমাৰ ঠাইতে উলংগ কৰি তেওঁলোকে নচুৱাব বিচাৰিছে। 

No comments:

Post a Comment