FB.AppEvents.logPageView();

Popular Posts

Saturday, 1 June 2019

জাৰ্মানী লতা বা জাপানী লতাৰ ঔষধি গুণ


১) কটা ছিঙাত এই লতা মিহিকৈ পিচি লগাই দি কিছু সময় বান্ধি থলে তেজ বন্ধ হয় আৰু বিষ কমি যায় ।
২) ছালৰ ৰোগত জাৰ্মানী লতা পিচি ৰসখিনি সানি কিছু সময় থৈ দিব । এনেকৈ এসপ্তাহ লগালে ছালৰ ৰোগ ভাল হয় ।
৩) কিডনীত পাথৰ হ'লে দুটা পাত প্ৰতিদিনে চোবাই খালে পাথৰ ওলাই যায় ।
৪) জণ্ডিছ হ'লে জাৰ্মানী লতাৰ পাত দহটা মান পিচি ৰস উলিয়ায় এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে ভাল হয় ।
৫) মুত্ৰ থলীৰ ৰোগ হলে তেনেদৰে পাত দহটা পিচি মৌ এচামুচৰ লগত মিহলাই পুৱা খালী পেটত দহদিন মান খালে উপকাৰ পাব ।

No comments:

Post a Comment