FB.AppEvents.logPageView();

Popular Posts

Friday, 21 June 2019

মালভোগ শাকৰ উপকাৰী গুণ



মালভোগ শাক

  1. তেজ বমি হ’লে গছৰ ৰস ৪-৫ চামুচ খালে ভাল হয়। প্ৰস্ৰাৱ কন হ’লেও এনে দৰে খালে প্ৰস্ৰাৱ বেছি হয়।
  2. নিয়মিতভাৱে পাত, গুটিৰ ৰস খাই থাকিলে বৃক্ক, পিত্তস্থল, হাওঁফাওঁ সবল হয়।
  3. জুই বা গৰম পানীয়ে পোৰা ঠাই মালভোগ শাক পিহি লগাই দিলে পোৰণি মৰে।
  4. গুটিৰ ৰসে যক্ষ্মা ৰোগ, গ্ৰহণী, পেটৰ জ্বলা পোৰা কৰা ভাল কৰে।
  5. পাথৰি ৰোগ হ’লে গছৰ ৰস নিয়মিত খাই থাকিলে পাথৰ গলি প্ৰস্ৰাৱৰ যোগে বাহিৰ হয়।
  6. নিয়মিত খাই থাকিলে গনৰীয়া ৰোগ ভাল হয়।

No comments:

Post a Comment