FB.AppEvents.logPageView();

Popular Posts

Monday, 10 June 2019

ছয়গাঁৱৰ আচলপাৰাত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা


মহানগৰীৰ সমীপৱৰ্তী ছয়গাঁৱৰ আচলপাৰাত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা। ঈদ উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীক মঞ্চত উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ ভাবুকি আয়োজক তথা একাংশ লোকৰ।

No comments:

Post a Comment